অকালতে মৰহি যোৱা জীৱনৰ ৰঙবোৰ
আকৌ উভতি আহিব ধৰিছে...
পুনৰ সেউজীয়া হৈ উঠিছে হৃদয়খন
প্রাণ পাই উঠিছে মৃত কলিজাটোৱে......
তথাপি দেখোন মন আজি মোৰ বিষন্ন
সপোন, বাস্তৱ নে মৰিছিকা...???
নে আকৌ মাথো মিছা আশা আৰু যান্ত্রনা...??
আকৌ উভতি আহিব ধৰিছে...
পুনৰ সেউজীয়া হৈ উঠিছে হৃদয়খন
প্রাণ পাই উঠিছে মৃত কলিজাটোৱে......
তথাপি দেখোন মন আজি মোৰ বিষন্ন
সপোন, বাস্তৱ নে মৰিছিকা...???
নে আকৌ মাথো মিছা আশা আৰু যান্ত্রনা...??
No comments:
Post a Comment