Wednesday, 10 August 2011

____পৰিবৰ্তন___


পৃথিৱীখন বহুত সলনি হ’ল.......
আধুনিকতাৰ ব্যাধিত আজি সকলো আক্ৰান্ত
কলুষিত হৈ পৰিছে সকলোবোৰ
প্ৰেম আজি আধুনিকতাৰে সজ্জিত
নৈৰ পাৰৰ প্ৰেম আজি
হোটেল পাৰ্কত আবদ্ধ
আধুনিক পৃথিৱী, আধুনিক প্ৰেম
য’ত হৃদয়ৰ প্ৰয়োজন নাই
লাগে মাথোঁ টকা-পইইচা আৰু লাহ-বিলাহ
পৃথিৱীখন বহুত সলনি হ’ল..........!!

No comments:

Post a Comment